মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ধেমাজিত ক’লা পতাকাৰে প্ৰতিবাদ

মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ধেমাজিত ক’লা পতাকাৰে প্ৰতিবাদ
  • মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ধেমাজিত প্ৰতিবাদ।
  • হাতত ক'লা পতাকা লৈ প্ৰতিবাদী বাইক ৰেলী উলিয়ালে আছুৱে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গ্ৰহণ নকৰাৰ হুংকাৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিয়াৰ বাবে বিজেপিয়ে চলোৱা চেষ্টাৰ বিৰোধীতা।
  • বিধেয়ক বাতিল নকৰিলে ভয়াৱহ পৰিস্থিতিৰ হুংকাৰ।
  • যিকোনো উপায়েৰে এই বিধেয়ক বাতিল কৰাৰ দাবী।
  • ইফালে আছুৰ লগতে প্ৰতিবাদত অংশ ল'লে এজেৱাইচিপিয়ে।
  • মিচিং স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • গোগামুখত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in