শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

ঢেকিয়াজুলিত ৰাম মন্দিৰ শিলান্যাসক কেন্দ্ৰ কৰি সংঘৰ্ষ, আক্ৰমণকাৰীয়ে জ্বলাই দিলে গাড়ী-বাইক…

764
  • ৰাম মন্দিৰৰ শিলান্যাস আৰু ভূমি পূজন কৰাৰ দিনাই ঢেকিয়াজুলিত অঘটন।
  • জয় শ্ৰীৰাম ধ্বনি কৰি বাইক সমদল বাহিৰ কৰা বজৰং দলৰ সমৰ্থকক আক্ৰমণ।
  • ঢেকিয়াজুলি বৰছলা সমষ্টিৰ তেলীয়াগাঁৱৰ এই ঘটনা।
  • বজৰং দলৰ ২০-২৫জন মান সদস্য আছিল সেই সমদলত।
  • তেওঁলোকৰ কেইবাজনক চোকা অস্ত্ৰৰে আঘাত কৰাৰ অভিযোগ।
  • সমীপ এটা মন্দিৰত কেইবাজনো বজৰং দলৰ সমৰ্থকক আৱদ্ধ কৰি ৰখা বুলি জানিব পৰা হৈছে।
  • ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া।
  • এটা বিশেষ সম্প্ৰাদায়ৰ লোকে এই আক্ৰমণ সংঘটিত কৰা বুলি জানিবব পৰা গৈছে।
  • এখন গাড়ীসহ ৪খন বাইক জ্বলাই এই আক্ৰমণকাৰী দলটোৱে।
  • এই ঘটনাক লৈ এতিয়া তীব্ৰ উত্তেজনা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি