ঢেকিয়াজুলিত ৰাম মন্দিৰ শিলান্যাসক কেন্দ্ৰ কৰি সংঘৰ্ষ, আক্ৰমণকাৰীয়ে জ্বলাই দিলে গাড়ী-বাইক…

ঢেকিয়াজুলিত ৰাম মন্দিৰ শিলান্যাসক কেন্দ্ৰ কৰি সংঘৰ্ষ, আক্ৰমণকাৰীয়ে জ্বলাই দিলে গাড়ী-বাইক…
  • ৰাম মন্দিৰৰ শিলান্যাস আৰু ভূমি পূজন কৰাৰ দিনাই ঢেকিয়াজুলিত অঘটন।
  • জয় শ্ৰীৰাম ধ্বনি কৰি বাইক সমদল বাহিৰ কৰা বজৰং দলৰ সমৰ্থকক আক্ৰমণ।
  • ঢেকিয়াজুলি বৰছলা সমষ্টিৰ তেলীয়াগাঁৱৰ এই ঘটনা।
  • বজৰং দলৰ ২০-২৫জন মান সদস্য আছিল সেই সমদলত।
  • তেওঁলোকৰ কেইবাজনক চোকা অস্ত্ৰৰে আঘাত কৰাৰ অভিযোগ।
  • সমীপ এটা মন্দিৰত কেইবাজনো বজৰং দলৰ সমৰ্থকক আৱদ্ধ কৰি ৰখা বুলি জানিব পৰা হৈছে।
  • ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া।
  • এটা বিশেষ সম্প্ৰাদায়ৰ লোকে এই আক্ৰমণ সংঘটিত কৰা বুলি জানিবব পৰা গৈছে।
  • এখন গাড়ীসহ ৪খন বাইক জ্বলাই এই আক্ৰমণকাৰী দলটোৱে।
  • এই ঘটনাক লৈ এতিয়া তীব্ৰ উত্তেজনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in