ঢেকীয়াজুলিত চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা এজনক

  • ঢেকীয়াজুলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • ডিব্ৰুদৰং চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।
  • দুৰ্বৃত্তই হত্যা কৰিলে এজন লোকক।
  • নৃশংসভাৱে হত্যা কৰা লোকজনৰ নাম কৌশল ঝা।
  • চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা হয় লোকজনক।
  • চাহ বাগিচালৈ কাম কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in