শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

ঢেকীয়াজুলিৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২ যুৱকক গ্ৰেপ্তাৰ…

334
  • ঢেকীয়াজুলিৰ চিকিৎসকক আক্ৰমণ কৰা ঘটনাত জড়িত দুই যুৱকক গ্ৰেপ্তাৰ৷
  • যোৱা বুধবাৰে বেলশিৰি চাহ বাগিচালৈ গৈ থকাৰ পথতে বাহন ৰখাই ২ যুৱকে আক্ৰমণ কৰিছিল চিকিৎসক ডাঃ কমল জালক।
  • এই আক্ৰমণৰ পৰা হাৰি নাছিল চিকিৎসকজনৰ পত্নীয়ো।
  • ঢেকীয়াজুলিৰ চিৰাজুলি মডেল হস্পিতালৰ চিকিৎসক ডাঃ কমল জাল।
  • ঘটনা সংঘটিত হোৱাৰ পাচতে এজাহাৰ দাখিল কৰিছিল চিকিৎসকগৰাকীয়ে।
  • ধৃত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি