ঢেকীয়াজুলিৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২ যুৱকক গ্ৰেপ্তাৰ…

ঢেকীয়াজুলিৰ চিকিৎসকক আক্ৰমণৰ  ঘটনাত জড়িত ২ যুৱকক গ্ৰেপ্তাৰ…
  • ঢেকীয়াজুলিৰ চিকিৎসকক আক্ৰমণ কৰা ঘটনাত জড়িত দুই যুৱকক গ্ৰেপ্তাৰ৷
  • যোৱা বুধবাৰে বেলশিৰি চাহ বাগিচালৈ গৈ থকাৰ পথতে বাহন ৰখাই ২ যুৱকে আক্ৰমণ কৰিছিল চিকিৎসক ডাঃ কমল জালক।
  • এই আক্ৰমণৰ পৰা হাৰি নাছিল চিকিৎসকজনৰ পত্নীয়ো।
  • ঢেকীয়াজুলিৰ চিৰাজুলি মডেল হস্পিতালৰ চিকিৎসক ডাঃ কমল জাল।
  • ঘটনা সংঘটিত হোৱাৰ পাচতে এজাহাৰ দাখিল কৰিছিল চিকিৎসকগৰাকীয়ে।
  • ধৃত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in