শেহতীয়া খবৰ
অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ • কৃষ্ণাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • ৰাজ্যত আৰু ৯জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • সৰ্থেবাৰীৰ পাৰাহকুছি-বতিয়াত বন্যাক্ৰান্তৰ হাহাকাৰ, সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানীঃ যাতায়াত বিচ্ছিন্ন • ধনশিৰিত প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাসহ ১২ গৰাকী কোভিড ১৯ পজিটিভ • বুধবাৰে ধেমাজিত পঞ্চমজন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত... • ভাৰতৰ ৰঙা চকু দেখি ভয় খালে নেপালে...

নিশা ঢেকিয়াজুলিত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এজন লোকৰ…

49
  • সোমবাৰে নিশা ঢেকিয়াজুলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তীব্ৰবেগী ট্ৰাকৰ খুন্দা এজন লোকক।
  • দুৰ্ঘটনাত নিহত হয় লোকজন।
  • নিহত লোকজনৰ নাম শিৱচৰণ ওৰাং।
  • কেহেৰুখন্দাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হৈছে।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • খবৰ দিয়াৰ পিছতো এম্বুলেন্স নহাৰ অভিযোগ।
  • ইফালে পলমকৈহে আৰক্ষীও অহাৰ অভিযোগ।
  • ক্ষোভিত ৰাইজে অৱৰোধ কৰে পথ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি