নিশা ঢেকিয়াজুলিত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এজন লোকৰ…

  • সোমবাৰে নিশা ঢেকিয়াজুলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তীব্ৰবেগী ট্ৰাকৰ খুন্দা এজন লোকক।
  • দুৰ্ঘটনাত নিহত হয় লোকজন।
  • নিহত লোকজনৰ নাম শিৱচৰণ ওৰাং।
  • কেহেৰুখন্দাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হৈছে।
  • দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • খবৰ দিয়াৰ পিছতো এম্বুলেন্স নহাৰ অভিযোগ।
  • ইফালে পলমকৈহে আৰক্ষীও অহাৰ অভিযোগ।
  • ক্ষোভিত ৰাইজে অৱৰোধ কৰে পথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in