ঢেকিয়াজুলিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত শিশুসহ চাৰিগৰাকী…

ঢেকিয়াজুলিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত শিশুসহ চাৰিগৰাকী…
  • ঢেকিয়াজুলিৰ ৰবৰটলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ট্ৰাক, টাটা চুমোৰ মুখামূখি সংঘৰ্ষত থিতাতে নিহত শিশু মহিলা সহ চাৰিজন।
  • আহত ৮ জন লোকক তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
  • নিহত আব্দুল আজিজ খান,বাবুল আলী,খুজেদা বিবি,আৰিফুল হক।
  • আটাইকেইজন ধুবুৰীৰ বুলি জানিব পৰা গৈছে।
  • ধুবুৰীৰ পৰা যোৰহাট অভিমুখে যাত্ৰা কৰিছিল টাটা চুমুখনে৷
  • দূৰ্ঘটনাগ্ৰস্ত টাটা চুমুখনৰ নম্বৰ হল AS 17 D-7583 আৰু ট্ৰাক খনৰ নম্বৰ হল NL 01K -1823

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in