ধাৰাপুৰত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুগৰাকী যুৱতী…

ধাৰাপুৰত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত দুগৰাকী যুৱতী…
  • মহানগৰীৰ ধাৰাপুৰত পথ দুৰ্ঘটনা।
  • নিয়ন্ত্রণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰিল এখন বেলেন' বাহন।
  • দুৰ্ঘটনাৰ ফলত এখন স্কুটীসহ দুগৰাকী যুৱতীবাগৰি পৰে নলাত।
  • যুৱতী দুগৰাকীক সংকটজনক অৱস্থাত আজাৰা হাস্পতালত ভৰ্তি কৰা হৈছে।
  • বেলেন' বাহনখনৰ নম্বৰ AS-21 H 8424

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in