শেহতীয়া খবৰ
নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....

কেন্দ্ৰীয় কেবিনেটে ‘কেব’ অনুমোদন জনোৱাৰ পাছত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

461

ডিজিটেল সংবাদ, সৰুপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

নৰেন্দ্ৰ মোডী, অমিত চাহ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ পু্ত্তলিকা দাহ কৰি গ’ বেগ ধ্বনিয়ে সৰুপথাৰ নগৰৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক অচিৰেই বাতিল কৰাৰ দাবী তুলিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি