শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি

121

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত খামন কোঁৱৰ গাঁৱৰ এজন ব্যক্তি যোৱা এক সপ্তাহে নিৰুদ্দেশ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে। সন্ধানহীন ব্যক্তিজনৰ নাম দূৰ্গা ওজা।ঘটনা অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে বৰ্ষীয়ান ব্যক্তি গৰাকী ঘটনাৰ বিৱৰণি মতে উক্তদিনা ধুবুৰীত থকা নিজৰ জী- জোৱাই ঘৰলৈ গৈ থকাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে।

ইফালে ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰিও কোনো শুং-সূত্ৰ লাভ কৰবিলৈ সক্ষম নহ’ল। অৱশেষত পৰিয়ালৰ লোকে ঢকুৱাখনা থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে পৰিয়ালে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। কোনো সদাশয় ব্যক্তিয়ে যদি ব্যক্তিজনৰ বিষয়ে কোনো সম্ভেদ লাভ কৰে তেন্তে ওচৰৰ থানাত খবৰ দিয়াৰ লগতে ৮৪০২০৭০২৬৭/৮৪৮৬১৫১৪৭৩ মোবাইল নম্বৰৰ যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি