পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক

পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক
  • পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।
  • সোমবাৰে ২ কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ নেতাক NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
  • ১৪ দিনৰ অন্তত NIAৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
  • কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ আৰু ছাত্র মুক্তিৰ নেতা বিতু সোণোৱালক তাৰ পিছতে প্ৰেৰণ কৰা হয় ন্যায়িক জিম্মালৈ।
  • সোমবাৰে দিনৰ ১১.৩০ বজাত দুই নেতাক NIAৰ আদালতত হাজিৰ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in