গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে জৰুৰী বৈঠক ডি জি পিৰ…

গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে জৰুৰী বৈঠক ডি জি পিৰ…
  • গুৱাহাটীত শীৰ্ষ আৰক্ষী বিষয়াৰে জৰুৰী বৈঠক ডিজিপিৰ।
  • অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠক।
  • বিজয় অসমৰ গ্ৰেপ্তাৰৰ পিছতে গোপন তথ্য পাইছে আৰক্ষীয়ে।
  • সংবাদমাধ্যমক ডিজিপিয়ে কয়-
  • 'জেৰা-তদন্ত অব্যাহত, গতিকে এতিয়াই অধিক নকওঁ'
  • 'অভিযানত প্ৰতিখন জিলাৰ আৰক্ষীয়ে সহযোগ কৰিছে'
  • 'সকলোৰে সহযোগত কূটাঘাতকাৰী কৰায়ত্ত হ'ল'
  • 'অৰুণাচল, নাগালেণ্ডৰ সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা'
  • সীমামূৰীয়া জিলাৰ SPক সতৰ্ক থকাৰ নিৰ্দেশ DGPৰ
  • 'ভোটগণনাৰ দিনটোত নিৰাপত্তাৰ বাবে সাজু আৰক্ষী'
  • 'বহিঃৰাজ্যলৈ নিৰ্বাচনী দায়িত্বত যোৱা কোম্পানী আহি পাইছে'
  • 'মোতায়েন কৰা হ'ব অধিক নিৰাপত্তাৰক্ষীৰ কোম্পানী'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in