শিলচৰ-মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ধ্বংসঃ ব্যাহত যাতায়ত ব্যৱস্থা…

শিলচৰ-মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ধ্বংসঃ ব্যাহত যাতায়ত ব্যৱস্থা…
  • বান বিধ্বস্ত বৰাকলৈ নামি আহিছে আন এক সংকট।
  • বৰাক উপত্যকালৈ যোৱা স্থল পথ, ৰে'ল পথ ধ্বসং কৰাৰ পিছত পুনৰ এন এক গুৰুত্বপূৰ্ণ পথো ধ্বংস হোৱাৰ খবৰ আহিছে।
  • বৰাকৰ পানীয়ে ভাঙিলে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ।
  • ফলত শিলচৰ- মিজোৰামৰ যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰিল।
  • বৰাক নদীৰ পানী বৃদ্ধি পোৱাৰ ফলত ন ন অঞ্চল প্লাবিত হৈছে।
  • বুধবাৰে প্লাবিত হ'ল দক্ষিণ শিলচৰ আৰু নিউ শিলচৰৰ বিস্তীৰ্ণ অঞ্চল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in