শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

পাকিস্তানৰ মুখত আকৌ ছাই! ইউ এ ইয়ে প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰিব দেশখনৰ সৰ্বোচ্চ নাগৰিক সন্মান…

485

ডিজিটেল ডেস্কঃ শুকুৰবাৰে আবু ধাবিত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোডীয়ে ইউ এ ইৰ শীৰ্ষ নেতৃত্বৰ সৈতে দ্বিপক্ষীয় বৈঠকত বহে। তিনিখন দেশ ক্ৰমে ফ্ৰান্স, ইউ এ ই আৰু বাহৰীণ ভ্ৰমণসূচীত ব্যস্ত প্ৰধানমন্ত্ৰী মোডীয়ে ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত পেৰিছৰ পৰা ইউ এ ইৰ ৰাজধানী আবু ধাবিত উপস্থিত হয়।

প্রধানমন্ত্ৰী মোডীয়ে আবু ধাবিত উপস্থিত হোৱাৰ পাছত টুইট কৰে আৰু জনাই যে তেওঁ ইউ এ ইত উপস্থিত হৈছেগৈ। ইফালে, শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীক ইউ এ ই চৰকাৰে সৰ্বোচ্চ নাগৰিক সন্মান ‘অৰ্ডাৰ অৱ জায়দ’ৰে সন্মানিত কৰিব। আৰু তাৰপাছত তেওঁ আবু ধাবিৰ পৰা ৰাওনা হ’ব বাহৰীণ অভিমুখে। উল্লেখ্য যে, চলিত বৰ্ষত প্ৰধানমন্ত্ৰী মোডীক সংযুক্ত আৰৱ এমিৰেটছে ‘জায়দ মেডেলে’ৰ সন্মানিত কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি