দেৰগাঁৱত এগৰাকী বিশেভাৱে সক্ষম যুৱতীক বলাৎকাৰ…

দেৰগাঁৱত এগৰাকী বিশেভাৱে সক্ষম যুৱতীক বলাৎকাৰ…
  • দেৰগাঁৱত এগৰাকী বিশেভাৱে সক্ষম যুৱতীক ধৰ্ষণ।
  • মিচামৰা বাগিচাৰ ১২নং লাইনত সংঘটিত হৈছে এই ঘটনা।
  • ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীক ধৰ্ষণ ছেলিমুদ্দিন আলীৰ।
  • আৰক্ষীক খবৰ দিয়াৰ পাছতো পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।
  • টায়াৰ জ্বলাই প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ ।
  • বহু সময় ধৰি আৱদ্ধ কৰি ৰাখিলে আৰক্ষীক ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in