দেৰগাঁৱত মৃত নাহৰফুটুকী উদ্ধাৰ

দেৰগাঁৱত মৃত নাহৰফুটুকী উদ্ধাৰ
  • গোলাঘাটৰ দেৰগাঁৱত মৃত বাঘ উদ্ধাৰ।
  • দেৰগাঁৱৰ ফেটাবস্তিত উদ্ধাৰ হৈছে বাঘটো।
  • ফেটাবস্তিৰ এখন হাবিত উদ্ধাৰ মৃত নাহৰফুটুকীটো।
  • বাৰ্ধক্যজনিত কাৰণতে বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ।
  • বন বিভাগৰ লোকে উদ্ধাৰ কৰে বাঘটোৰ মৃতদেহ।
  • দেৰগাঁও আৰু দাঁতিকাষৰীয়া ঠাইত দীৰ্ঘদিনে সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in