দেৰগাঁৱত বাইক-বাহনৰ সংঘৰ্ষত নিহত দুজন

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দেৰগাঁৱত নিশা বাইক আৰু বাহনৰ সংঘৰ্ষ।
  • দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজন যুৱকে।
  • দুৰ্ঘটনাত নিহত দুজন ক্ৰমে অবিনাশ দাস আৰু ভৃগুমণি দাস।
  • ইফালে দুৰ্ঘটনাত অংকুৰ দাস নামৰ এজন যুৱক গুৰুতৰভাৱে আহত।
  • আহত যুৱকজনক ভৰ্তি কৰা হয় চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in