দেৰগাঁৱৰ মিছমৰাত দোকানত সোমালগৈ বাহনঃ নিহত এজন…

দেৰগাঁৱৰ মিছমৰাত দোকানত সোমালগৈ বাহনঃ নিহত এজন…
  • দেৰগাঁৱৰ মিছামৰাত ভয়ংকৰ দুৰ্ঘটনা।
  • নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ দোকানত সোমাল গৈ বাহন।
  • দুৰ্ঘটনাত থিতাতে নিহত দোকানখনৰ স্বত্বাধিকাৰী।
  • নিহত ব্যক্তিজনৰ নাম দুল দত্ত।
  • আনহাতে এই ঘটনাত আহত হৈছে আন এজন।
  • আহত লোকজন হৰেন দত্ত।
  • হৰেন দত্তক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।
  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনখনৰ চালকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in