শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'বঃ বৃহস্পতিবাৰে ৰাজ্য উত্তাল কৰিব আছুসহ ৩০ সংগঠনে  •  দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক  •  বালিজুৰি-কাজিৰঙাত বন্যহস্তীৰ উপদ্ৰৱ, নিৰ্লিপ্ত বন বিভাগ  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল...  •  ওড়িশ্যাৰ নতুন ডিজিপি নিযুক্তি  •  ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পঞ্চমখন প্ৰাৰ্থী তালিকা প্ৰকাশ...  •  ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭  •  সিদ্ধাৰ্থৰ নতুন ছবি ‘মৰজাৱা’ই ৫দিনত উপাৰ্জন কৰিলে...  •  শিক্ষক নিযুক্তিৰ দাবীত বিদ্যালয়ত তলা ওলমালে শিমলুগুৰি আছুৱে

চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা আৰক্ষী উপ আয়ুক্তৰ…

1,026
  • হাৰিয়ানাৰ ফৰিদাবাদৰ আৰক্ষী উপ আয়ুক্তৰ আত্মহত্যা।
  • নিজকে গুলীয়াই আত্মহত্যা কৰে উপায়ুক্ত বিক্ৰম কাপুৰে।
  • চাৰ্ভিছ ৰাইফলেৰে মূৰত গুলী কৰিছে বিক্ৰম কাপুৰে।
  • তেওঁৰ চৰকাৰী আৱাসত সংঘটিত কৰে এই আত্মহত্যা।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
  • পাৰিবাৰিক কাৰণতে এই আত্মহত্যা সংঘটিত কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি