চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা আৰক্ষী উপ আয়ুক্তৰ…

চাৰ্ভিছ ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা আৰক্ষী উপ আয়ুক্তৰ…
  • হাৰিয়ানাৰ ফৰিদাবাদৰ আৰক্ষী উপ আয়ুক্তৰ আত্মহত্যা।
  • নিজকে গুলীয়াই আত্মহত্যা কৰে উপায়ুক্ত বিক্ৰম কাপুৰে।
  • চাৰ্ভিছ ৰাইফলেৰে মূৰত গুলী কৰিছে বিক্ৰম কাপুৰে।
  • তেওঁৰ চৰকাৰী আৱাসত সংঘটিত কৰে এই আত্মহত্যা।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
  • পাৰিবাৰিক কাৰণতে এই আত্মহত্যা সংঘটিত কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in