শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

১ লাখ বছৰ পূৰ্বে দেখিবলৈ কেনেকুৱা আছিল মনুষ্য জাতি…

513

ডিজিটেল ডেস্কঃ মনুষ্য জাতিৰ পূৰ্বপুৰুষ ‘ডেনিছোভানছ’-য়ে এক লাভ বছৰ পূৰ্বে এই পৃথিৱীত বাস কৰিছিল। তেওঁলোক দেখিবলৈ কেনেকুৱা আছিল সেই বিষয়ে কেৱল আমি অনুমানহে কৰিছিলো। কিন্তু জেনেটিক ডাটাৰ ব্যৱহাৰেৰে বৈজ্ঞানিকে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিয়াইছে আমাৰ পূৰ্বপুৰুষৰ মুখমণ্ডল।

ইজৰাইলৰ জেৰুছলমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ লিৰাণ কাৰ্মেলে কয়- ‘আমি ডেনিছোভানছৰ কংকালৰ এনাট’মীৰ দ্বাৰা তেওঁলোক দেখিবলৈ কেনেকুৱা আছিল সেয়া নিৰ্মাণ কৰি উলিয়াইছো। বৰ্তমানৰ মনুষ্য জাতিৰ সৈতে বহু সাদৃশ্যতা আছিল তেওঁলোকৰ। কিন্তু তাৰ লগতে বহু দিশত পৃথকো আছিল।‘

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি