শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

ডিমৌৰ দিহাজানত শৰীৰ চৰ্চাবিদ আৰিফ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

29
  • ডিমৌৰ দিহাজানত উত্তাল প্ৰতিবাদ।
  • হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী।
  • মৰাণ আৰক্ষীক আবদ্ধ কৰি ৰাইজৰ প্ৰতিবাদ।
  • ৫ এপ্ৰিলত হত্যাৰ বলি হোৱা আৰিফ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী।
  • মৰাণৰ লাওখোৱাৰ হবিবুল্লা আলী নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছিল হত্যাকাণ্ড।
  • শৰীৰ চৰ্চাবিদ আৰিফক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি