ডিমৌ হত্যাকাণ্ডৰ মূল অভিযুক্ত জগু প্ৰজাক গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিমৌ হত্যাকাণ্ডৰ মূল অভিযুক্ত জগু প্ৰজাক গ্ৰেপ্তাৰ আৰক্ষীৰ
  • ডিমৌৰ দিখাৰী বাগিছাৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত জগু প্ৰজাক গ্ৰেপ্তাৰ।
  • মৰাণৰ মিৰিহোলাস্থিত শহুৰেকৰ ঘৰৰপৰা মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জগুক।
  • বৃহস্পতিবাৰে ধৃত জগু প্ৰজাই ৰাজপথতে ঘপিয়াই হত্যা কৰিছিল এহাল স্বামী-স্ত্ৰীক।
  • পাৰিবাৰিক কন্দলৰ বাবেই হত্যা কৰিছিল ভোলা প্ৰজা আৰু ৰমণী প্ৰজা নামৰ দম্পতীহালক।
  • হত্যাকাণ্ডৰ পিছতে পলায়ন কৰিছিল অভিযুক্ত জগু প্ৰজাই।
  • একাংশ ক্ষুব্ধ ৰাইজে শুকুৰবাৰে নিশা মৰিয়াই হত্যা কৰে জগুৰ ভাতৃ পুৰণ প্ৰজাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in