অসমত কোৰোনাত আক্ৰান্ত ৭গৰাকী লোকৰ মৃত্যু…

অসমত কোৰোনাত আক্ৰান্ত ৭গৰাকী লোকৰ মৃত্যু…
  • অসমত কোৰোনাত আক্ৰান্ত ৭গৰাকী লোকৰ মৃত্যু হৈছে দেওবাৰে।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই তথ্য।
  • মৃত্যু হোৱা লোকসকল হৈছে বিদ্যাদ্বীপ ভূঞা, কিৰণ বৰা, নিপজ্যোতি বৰুৱা।
  • মহঃ চহৰুবুদ্দিন আহমেদ, ৰমিলা সুত্ৰধাৰ, শচীন চন্দ্ৰ ব্ৰহ্ম।
  • মৃত্যু হোৱাৰ সকলৰ ভিতৰত আছে কাছাৰৰ ভাস্কৰ জ্যোতি গুপ্তা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in