শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

১৯০ ৰান সংগ্ৰহ কৰি চেন্নাইক পৰাস্ত কৰিলে দিল্লীয়ে…

813
  • শনিবাৰে আইপিএল টি-২০ মেচত চেন্নাইক পৰাস্ত কৰে দিল্লীয়ে।
  • তিনিটাকৈ উইকেট হেৰুওৱাই লক্ষ্যত উপনীত হয় দিল্লী।
  • চেন্নাইয়ে ১৮৯ ৰানৰ লক্ষ্য বান্ধি দিছিল দিল্লীৰ সন্মুখত।
  • মাত্ৰ ১৮.৪ অভাৰত দিল্লীয়ে চেন্নাইক পৰাস্ত কৰিবলৈ সক্ষম হয়।
  • শেখৰ ধাৱনে অপেনিঙত বেটিং কৰিবলৈ গৈ ৮৫ ৰান সংগ্ৰহ কৰে।
  • ইফালে, পৃথ্বী শ্ব’ৱে সংগ্ৰহ কৰে ৭২ ৰান।
  • ৩টা উইকেট হেৰুৱাই দিল্লীয়ে সংগ্ৰহ কৰে ১৯০ ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি