১৯০ ৰান সংগ্ৰহ কৰি চেন্নাইক পৰাস্ত কৰিলে দিল্লীয়ে…

১৯০ ৰান সংগ্ৰহ কৰি চেন্নাইক পৰাস্ত কৰিলে দিল্লীয়ে…
  • শনিবাৰে আইপিএল টি-২০ মেচত চেন্নাইক পৰাস্ত কৰে দিল্লীয়ে।
  • তিনিটাকৈ উইকেট হেৰুওৱাই লক্ষ্যত উপনীত হয় দিল্লী।
  • চেন্নাইয়ে ১৮৯ ৰানৰ লক্ষ্য বান্ধি দিছিল দিল্লীৰ সন্মুখত।
  • মাত্ৰ ১৮.৪ অভাৰত দিল্লীয়ে চেন্নাইক পৰাস্ত কৰিবলৈ সক্ষম হয়।
  • শেখৰ ধাৱনে অপেনিঙত বেটিং কৰিবলৈ গৈ ৮৫ ৰান সংগ্ৰহ কৰে।
  • ইফালে, পৃথ্বী শ্ব'ৱে সংগ্ৰহ কৰে ৭২ ৰান।
  • ৩টা উইকেট হেৰুৱাই দিল্লীয়ে সংগ্ৰহ কৰে ১৯০ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in