দিল্লীৰ শেহতীয়া খবৰঃ মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি…

দিল্লীৰ শেহতীয়া খবৰঃ মৃতকৰ সংখ্যা ৩২ লৈ বৃদ্ধি…
  • দিল্লীৰ পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও মৃত্যুৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে।
  • দিল্লীৰ জি টি বি হস্পাতালত ১ গৰাকী আৰু এন এ জি পি হস্পাতালত নিহত হৈছে ২ গৰাকী লোক।
  • দিল্লীৰ জি টি বি হস্পাতালত মৃত্যু হোৱা লোকগৰাকী এগৰাকী আৰক্ষী বিষয়া।
  • ইফালে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ২০০ ৰো অধিক লোক।
  • হিংসাত্মক কাৰ্যৰ সৈতে জড়িত হৈ থকা ১০৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • কটকটীয়া নিৰাপত্তাৰ লগতে বৃহস্পতিবাৰেও সেনা ফ্লেগমাৰ্চ অব্যাহত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in