শেহতীয়া খবৰঃ দিল্লীৰ হিংসাত্মক ঘটনাত আৰক্ষী কনিষ্টবলৰ সৈতে ৪ গৰাকী লোক নিহত…

শেহতীয়া খবৰঃ  দিল্লীৰ হিংসাত্মক ঘটনাত আৰক্ষী কনিষ্টবলৰ সৈতে ৪ গৰাকী লোক নিহত…
  • দুদিনীয়া ভাৰত ভ্ৰমণলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প অহা সময়তে পুনৰ নতুন দিল্লীত 'কা' বিৰোধী আন্দোলন তীব্ৰ ৰূপ ধাৰণ।
  • শেহতীয়াকৈ অহা খবৰুনসৰি নৰ্থ ইষ্ট দিল্লীৰ হিংসাত্মক ঘটনাত এজন আৰক্ষীৰ কনিষ্টবলৰ সৈতে ৪ গৰাকী লোক নিহত হৈছে।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে প্ৰকাশ কৰিছে এই খবৰ।
  • পৰিস্থিতিক লৈ দিল্লীৰ সকলো স্থানতে কটকটীয়া নিৰাপত্তা বেষ্টনী।
  • ছ'চিয়েল মিডিয়াতো বিশেষ নজৰ ৰাখিছে দিল্লী আৰক্ষীয়ে।
  • এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষীৰ বিষয়াই সদৰি কৰা মতে, সোমবাৰৰ এই ঘটনাত ৫০ৰ পৰা ৬০ গৰাকী আৰক্ষীৰ লোক আহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in