দিল্লীত ‘কা’ বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি…

দিল্লীত ‘কা’ বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি…
  • দিল্লীত অব্যাহত আছে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা।
  • বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই সমগ্ৰ ঘটনা।
  • হিংসাত্মক ঘটনাৰ বাবে নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি।
  • বুধবাৰে পুৱাৰ ভাগত এই সংখ্যা আছিল ১৭জন।
  • কিছু সময়ৰ পূৰ্বে নিহতৰ সংখ্যা বৃদ্ধি পাই ২০ হয়গৈ।
  • ডেৰ শতাধিক লোক এই ঘটনাত আহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in