শেহতীয়া খবৰ
কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...

দিল্লীত ‘কা’ বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি…

315
  • দিল্লীত অব্যাহত আছে প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা।
  • বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই সমগ্ৰ ঘটনা।
  • হিংসাত্মক ঘটনাৰ বাবে নিহতৰ সংখ্যা ২০ জনলৈ বৃদ্ধি।
  • বুধবাৰে পুৱাৰ ভাগত এই সংখ্যা আছিল ১৭জন।
  • কিছু সময়ৰ পূৰ্বে নিহতৰ সংখ্যা বৃদ্ধি পাই ২০ হয়গৈ।
  • ডেৰ শতাধিক লোক এই ঘটনাত আহত হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি