দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিক হৰুৱাই বাও ছাত্ৰ সংগঠনৰ বিপুল জয়লাভ

দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিক হৰুৱাই বাও ছাত্ৰ সংগঠনৰ বিপুল জয়লাভ
  • দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা।
  • বাও গণতান্ত্ৰিক দলৰ ছাত্ৰ সংগঠনৰ অদিপত্য এই নিৰ্বাচনত।
  • এ আই এছ এফ, ডি এছ এফ, এছ এফ আই, এ আই এছ এৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ।
  • এ বি ভি পি সমৰ্থিত প্ৰাৰ্থীৰ গুৰুত্বপূৰ্ণ আটাইকেইটা পদতে পৰাজয় বৰণ।
  • সভাপতি পদত নিৰ্বাচিত হৈছে বাও ছাত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী।
  • এছ এন ছাই বালাজী নিৰ্বাচিত হৈছে সভাপতি পদত।
  • এ বি ভি পিৰ প্ৰাৰ্থী ললিত পাণ্ডেয়ে এই পাদত লাভ কৰিলে মাত্ৰ ৯৭২টা ভোট।
  • উপসভাপতি পদতো বাও ছাত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থীৰ ছহিকা চৌধুৰীৰ জয়লাভ।
  • এই পদতো দ্বিতীয় স্থানত থাকে এ বি ভি পিৰ গীতাশ্ৰী।
  • সাধাৰণ সম্পাদকৰ পদত বাও ছাত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থীৰ এজাছ আহমেদৰ জয়লাভ।
  • যুটীয়া সাধাৰণ সম্পাদকৰ পদতো বাও ছা্ত্ৰ সংগঠনৰ সমৰ্থিত প্ৰাৰ্থী আমুঠা জয়দীপৰ জয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in