খহি পৰিল কৰ্চিং চেন্টাৰৰ মুধচঃ নিহত ৩ শিক্ষাৰ্থী…

খহি পৰিল কৰ্চিং চেন্টাৰৰ মুধচঃ নিহত ৩ শিক্ষাৰ্থী…
  • শনিবাৰে দিল্লীৰ ভজনপুৰা অঞ্চলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • এটা কৰ্চিং চেন্টাৰৰ মুধচ খহিঁ পৰি মৃত্যু হৈছে ৩ শিক্ষাৰ্থীৰ লগতে ১ জন কৰ্মচাৰী।
  • ইফালে মুঠ ১৩ গৰাকী লোক আহত হৈছে এই ঘটনাত।
  • কৰ্চিং চেন্টাৰৰ বেৰ খহিঁ পৰাৰ সময়ত সেইসময়ত চেন্টাৰটোৰ ভিতৰত মজুত আছিল কিছু শিক্ষাৰ্থী।
  • উদ্ধাৰকাৰী দল আৰু আৰক্ষীয়ে চলাই আছে উদ্ধাৰ অভিযান।
  • ১০ জন শিক্ষাৰ্থী এতিয়াও ভিতৰত আৱদ্ধ হৈ থকাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in