দিল্লীত দিনক দিনে বৃদ্ধি পাইছে কোৰোনাৰ প্ৰকোপ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দিল্লীত বুধবাৰৰ দিনটোত ১৭হাজাৰ ২৮২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।
  • ১০৪গৰাকী লোকৰ মৃত্যু হৈছে আজিৰ দিনটোত।
  • বিগত দিনতকৈ ১৫শতাংশ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • ৭লাখ ৬৭হাজাৰ ৪৩৮গৰাকী লোক আক্ৰান্ত হৈছে দিল্লীত।
  • ইয়াৰে ৫০হাজাৰো অধিক ৰোগী বৰ্তমান চিকিতসাধীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in