দিল্লীৰ যন্তৰ-মন্তৰ কঁপাই তুলিলে সদৌ অসম আদিবাসী ছাত্ৰই…

দিল্লীৰ যন্তৰ-মন্তৰ কঁপাই তুলিলে সদৌ অসম আদিবাসী ছাত্ৰই…
  • নতুন দিল্লীৰ যন্তৰ-মন্তৰত সদৌ অসম আদিবাসী ছাত্ৰ সংস্থাৰ প্ৰতিবাদ।
  • জনজাতি কৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।
  • জনজাতি কৰণৰ নামত বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে।
  • তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে জনজাতি কৰণ নকৰিলে আগন্তুক দিনত আৰু অধিক তীব্ৰ হ'ব প্ৰতিবাদ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in