ককবকাইছে দিল্লীবাসীয়ে! বায়ু প্ৰদূষণৰ ভয়ানক ৰূপ…

ককবকাইছে দিল্লীবাসীয়ে! বায়ু প্ৰদূষণৰ ভয়ানক ৰূপ…
  • দিনে দিনে বৃদ্ধি পাব ধৰিছে বায়ু প্ৰদূষণ।
  • শুকুৰবাৰে পুৱা ধোঁৱাই ছানি ধৰিছে ৰাজধানী চহৰ দিল্লী।
  • দিল্লীৰ এইমছৰ আশে-পাশে পুৱা ভাগত দেখা গৈছে চৌদিশে ধোঁৱা।
  • ৰাজধানী চহৰখনৰ লোধী এলেকাতো একেই পৰিৱেশ।
  • প্ৰাতঃভ্ৰমণলৈ যোৱা স্থানীয় লোকে মুখত মাস্ক পিন্ধিব লগা হৈছে।
  • হাৰিয়ানাতো বৃদ্ধি বায়ু প্ৰদূষণ।
  • বিশেষজ্ঞৰ মতে, বায়ু প্ৰদূষণ অধিক হাৰত বৃদ্ধি পাইছে।
  • ইফালে, দিল্লীৰ পথসমূহত দৰিদ্ৰ শ্ৰেণীৰ একাংশ শিশুৱে বায়ু প্ৰদূষণৰ মাজতেই বিক্ৰী কৰিছে সামগ্ৰী।
  • বৃহস্পতিবাৰে একাংশ শিশুৱে সংবাদমাধ্যমৰ আগত কয়-
  • 'আমি এনেদৰে সামগ্ৰী বিক্ৰী কৰিব লাগে। কিন্তু বায়ু প্ৰদূষণৰ বাবে উশাহ লোৱাত অসুবিধা হয়।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in