শেহতীয়া খবৰ
এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...  •  নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত শ্বহীদ মুকুন্দ কাকতী, কনকলতা বৰুৱা আৰু সংগীত শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ

ককবকাইছে দিল্লীবাসীয়ে! বায়ু প্ৰদূষণৰ ভয়ানক ৰূপ…

490
  • দিনে দিনে বৃদ্ধি পাব ধৰিছে বায়ু প্ৰদূষণ।
  • শুকুৰবাৰে পুৱা ধোঁৱাই ছানি ধৰিছে ৰাজধানী চহৰ দিল্লী।
  • দিল্লীৰ এইমছৰ আশে-পাশে পুৱা ভাগত দেখা গৈছে চৌদিশে ধোঁৱা।
  • ৰাজধানী চহৰখনৰ লোধী এলেকাতো একেই পৰিৱেশ।
  • প্ৰাতঃভ্ৰমণলৈ যোৱা স্থানীয় লোকে মুখত মাস্ক পিন্ধিব লগা হৈছে।
  • হাৰিয়ানাতো বৃদ্ধি বায়ু প্ৰদূষণ।
  • বিশেষজ্ঞৰ মতে, বায়ু প্ৰদূষণ অধিক হাৰত বৃদ্ধি পাইছে।
  • ইফালে, দিল্লীৰ পথসমূহত দৰিদ্ৰ শ্ৰেণীৰ একাংশ শিশুৱে বায়ু প্ৰদূষণৰ মাজতেই বিক্ৰী কৰিছে সামগ্ৰী।
  • বৃহস্পতিবাৰে একাংশ শিশুৱে সংবাদমাধ্যমৰ আগত কয়-
  • ‘আমি এনেদৰে সামগ্ৰী বিক্ৰী কৰিব লাগে। কিন্তু বায়ু প্ৰদূষণৰ বাবে উশাহ লোৱাত অসুবিধা হয়।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি