শেহতীয়া খবৰ
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ…

330
  • দিল্লীৰ মৌজপুৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাত্মক প্ৰতিবাদত প্ৰাণ হেৰুৱালে আৰক্ষীৰ হেড কণিষ্টবলে।
  • দিল্লীৰ গোলকপুৰীৰ এচিপিৰ কাৰ্যালয়ত নিযুক্ত হৈ আছিল নিহত কণিষ্টবলগৰাকী।
  • নিহত কণিষ্টবলগৰাকীৰ নাম ৰতন লাল।
  • প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি তেওঁ প্ৰথমে আহত হৈছিল।
  • তেওঁ প্ৰতিবাদকাৰীক বুজাবলৈ যোৱাৰ সময়তে কোনো প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে।
  • তাৰ পিছতে কণিষ্টবলগৰাকীক লৈ যোৱা হৈছিল হাস্পতাললৈ।
  • হাস্পতালত তেওঁৰ মৃত্যু হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি