‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ…

‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ…
  • দিল্লীৰ মৌজপুৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাত্মক প্ৰতিবাদত প্ৰাণ হেৰুৱালে আৰক্ষীৰ হেড কণিষ্টবলে।
  • দিল্লীৰ গোলকপুৰীৰ এচিপিৰ কাৰ্যালয়ত নিযুক্ত হৈ আছিল নিহত কণিষ্টবলগৰাকী।
  • নিহত কণিষ্টবলগৰাকীৰ নাম ৰতন লাল।
  • প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি তেওঁ প্ৰথমে আহত হৈছিল।
  • তেওঁ প্ৰতিবাদকাৰীক বুজাবলৈ যোৱাৰ সময়তে কোনো প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে।
  • তাৰ পিছতে কণিষ্টবলগৰাকীক লৈ যোৱা হৈছিল হাস্পতাললৈ।
  • হাস্পতালত তেওঁৰ মৃত্যু হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in