দিল্লীত দিন দুপৰতে দুবৃৰ্ত্তৰ গুলীত নিহত যুৱক

দিল্লীত দিন দুপৰতে দুবৃৰ্ত্তৰ গুলীত নিহত যুৱক
  • দিল্লীত শনিবাৰে দিন দুপৰতে দুবৃৰ্ত্তৰ গুলীত নিহত এজন যুৱক ।
  • দিল্লীত ৰৌহিনীৰ চেক্টৰ-১৭ ত সংঘটিত হ'ল এই ঘটনা।
  • এখন হোটেলৰ পৰা ৩ জন বন্ধুৰ সৈতে ওলাই অহা সময়তে দুবৃৰ্ত্তই যুৱকজনক লক্ষ্য কৰি কৰে গুলীচালনা।
  • অনিল নামৰ যুৱক জন থিতাতে নিহত ।
  • বন্ধু কেইজনে আৰক্ষী জনোৱা মতে এখন বগা ৰঙৰ গাড়ীত আহিছিল দুবৃৰ্ত্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in