দিল্লীত আজি কংগ্ৰেছৰ বুথ কৰ্মীক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে…

দিল্লীত আজি কংগ্ৰেছৰ বুথ কৰ্মীক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে…
  • দিল্লীত আজি কংগ্ৰেছৰ বুথ কৰ্মীক সম্বোধন কৰিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে।
  • 'মেৰা বুথ, মেৰা গৌৰৱ' শ্ল'গানেৰে আৰম্ভ হ'ব কংগ্ৰেছৰ অভিযান।
  • দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত দলীয় কৰ্মীক সম্বোধন কৰিব গান্ধীয়ে।
  • কেইবা হাজাৰো কৰ্মী সমাগম হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in