শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

ভাৰতৰ সবাতোকৈ কম মূল্যৰ কাপোৰৰ বজাৰ, ১০০ টকাত জিনছ-৮০ টকাত ছাৰ্ট

4,943

ডিজিটেল ডেস্কঃ বজাৰ কৰাৰ সকলোৰে চখ। বিশেষকৈ কাপোৰ বজাৰ কৰাৰ ক্ষেত্ৰৰ পুৰুষ-মহিলাৰ সমানে থাকে দুৰ্বলতা। কিন্তু কেতিয়াবা বজাৰ কৰিবলৈ গৈ কাপোৰৰ দামে সকলোকে বিপাঙত পেলায়। কিন্তু শেহতীয়াকৈ আছে এটা সুখবৰ । ৰাজধানী চহৰ দিল্লীৰ গান্ধী নগৰত আছে এনে এখন বজাৰ যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ১০০-১৫০ টকাত জিনছ আৰু ৮০ টকাত ছাৰ্ট।

এই কাপোৰ বোৰ এলা-পছা নহয়, ভিন্ন কোম্পানীৰ বেণ্ডেড কাপোৰ। এই অঞ্চলত এনে কাপোৰৰ দাম কম হোৱাৰ কাৰণ হল ইয়াত অধিক পৰিমাণে কাপোৰ উৎপাদন কৰা হয়। সেয়েহে বেপাৰী সকলে অতি কমদামতে বিক্ৰী কৰে জিনছ- আৰু ছাৰ্টসমূহ। কিন্তু এই বজাৰখনৰ আছে এটা বৈশিষ্ট-ইয়াত ৫ টাকৈ অধিক কাপোৰ ক্ৰয় কৰিলেহে এই সুবিধা গ্ৰাহকে লাভ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি