ভাৰতৰ সবাতোকৈ কম মূল্যৰ কাপোৰৰ বজাৰ, ১০০ টকাত জিনছ-৮০ টকাত ছাৰ্ট

ভাৰতৰ সবাতোকৈ কম মূল্যৰ কাপোৰৰ বজাৰ, ১০০ টকাত জিনছ-৮০ টকাত ছাৰ্ট

ডিজিটেল ডেস্কঃ বজাৰ কৰাৰ সকলোৰে চখ। বিশেষকৈ কাপোৰ বজাৰ কৰাৰ ক্ষেত্ৰৰ পুৰুষ-মহিলাৰ সমানে থাকে দুৰ্বলতা। কিন্তু কেতিয়াবা বজাৰ কৰিবলৈ গৈ কাপোৰৰ দামে সকলোকে বিপাঙত পেলায়। কিন্তু শেহতীয়াকৈ আছে এটা সুখবৰ । ৰাজধানী চহৰ দিল্লীৰ গান্ধী নগৰত আছে এনে এখন বজাৰ যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ১০০-১৫০ টকাত জিনছ আৰু ৮০ টকাত ছাৰ্ট।

এই কাপোৰ বোৰ এলা-পছা নহয়, ভিন্ন কোম্পানীৰ বেণ্ডেড কাপোৰ। এই অঞ্চলত এনে কাপোৰৰ দাম কম হোৱাৰ কাৰণ হল ইয়াত অধিক পৰিমাণে কাপোৰ উৎপাদন কৰা হয়। সেয়েহে বেপাৰী সকলে অতি কমদামতে বিক্ৰী কৰে জিনছ- আৰু ছাৰ্টসমূহ। কিন্তু এই বজাৰখনৰ আছে এটা বৈশিষ্ট-ইয়াত ৫ টাকৈ অধিক কাপোৰ ক্ৰয় কৰিলেহে এই সুবিধা গ্ৰাহকে লাভ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in