শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

স্বপ্নাৰ মহিমা অপাৰঃ নিৰ্বাচনৰ আগত কংগ্ৰেছ, নিৰ্বাচনৰ পাছত বিজেপিত যোগদান…

765

ডিজিটেল ডেস্কঃহাৰিয়ানাৰ জনপ্ৰিয় নৃত্যশিল্পী আৰু কন্ঠশিল্পী স্বপ্না চৌধুৰীয়ে দেওবাৰে যোগদান কৰে বিজেপিত। দেওবাৰে বিজেপি সদস্য ভৰ্তি অভিযানৰ এখন সভাত বিজেপিৰ সদস্যতা লাভ কৰে স্বপ্না চৌধুৰীয়ে। এই সভাত উপস্থিত আছিল শিৱৰাজ সিং চৌহান, ডা০ হৰ্ষৱধন সিং আৰু মনোজ তিৱাৰীৰ দৰে কেইবাজনো নেতা।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে স্বপ্না চৌধৰীয়ে কংগ্ৰেছত যোগদান কৰিছিল। যোগদানৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত স্বপ্নাই কংগ্ৰেছত যোগদানৰ খবৰ অস্বীকাৰ কৰিছিল।

हरियाणवी डांसर सपना चौधरी ने थामा BJP का दामन, बड़े नेताओं की मौजूदगी में ली सदस्‍यता
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি