৮ টকা কমিব প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য..

৮ টকা কমিব প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য..
  • প্ৰতি লিটাৰ প্ৰেট্ৰ'লত হ্ৰাস পাব ৮ টকাকৈ। ট
  • পূৰ্বৰ ৩০ শতাংশৰ সলনি পেট্ৰ'লৰ ওপৰত প্ৰযোজ্য হ'ব ১৯.৪০ শতাংশ ভেট।
  • ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮ টকাকৈ কমিব।
  • বুধবাৰৰ মাজনিশাৰ পৰা প্ৰযোজ্য হ'ব পেট্ৰ'লৰ নতুন নিৰিশ।
  • পেট্ৰ'লৰ প্ৰতি লিটাৰ মূল্য ৯৫.৯৭ টকা হ'ব।
  • দেশৰ ৰাজধানী নতুন দিল্লীত পেট্ৰ'লত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ।
  • ইয়াৰ ফলত দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮ টকাকৈ হ্ৰাস পাব।
  • বৰ্তমান ৰাজধানী চহৰখনত পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য ১০৩.৯৭ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in