শেহতীয়া খবৰ
২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...

দিল্লীত চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল বহন কৰিব চৰকাৰে…

92

ডিজিটেল ডেস্কঃ শিক্ষাৰ ক্ষেত্ৰত দিল্লী চৰকাৰে বিভিন্ন সময়ত বহু কল্যাণকামী সিদ্ধান্তগ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ দিল্লীৰ শিক্ষা বিভাগে ঘোষণা কৰিছে যে চি বি এচ চিৰ আগন্তুক দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল বহন কৰিব চৰকাৰে। শিক্ষামন্ত্ৰী মনীষ ছিচোদিয়াই টুইটাৰযোগে এই ঘোষণা কৰিছে। শুকুৰবাৰে দিল্লীৰ সকলো বিদ্যালয়ক ইয়াৰ সন্দৰ্ভত নিৰ্দেশ প্ৰেৰণ কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি