ফ’ৰচুনাৰে মহতিয়ালে কেবাজনো লোকক, নিহত যুৱতী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজধানী চহৰ দিল্লীৰ মীৰা বাগ অঞ্চলত বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই এখন ফ'ৰচুনাৰে মহতিয়ালে কেইবাজনো লোকক।
  • লগতে কেইবাখনো বাহন মহতিয়াই নিয়ে দ্ৰুতবেগী ফ'ৰচুনাৰখনে।
  • দুৰ্ঘটনাত এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত হয় আন ৮জনকৈ লোক।
  • আহতসকলক ভৰ্তি কৰোৱা হয় নিকটৱৰ্তী চিকিৎসালয়ত।
  • আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in