দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO

দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া টাম্প উপস্থিত দিল্লীৰ এখন বিদ্যালয়ত।
  • নানকপুৰা সৰ্বোদয়া ক'-ইডি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত মেলানীয়া টাম্প।
  • বিদ্যালয়ৰ পৰিৱেশ বুজ লোৱাৰ লগতে কণ কণ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময়।
  • পাঠ্যক্ৰমৰ সন্দৰ্ভতো শিক্ষকৰ পৰা বুজ ল'লে কিছু তথ্য।
  • পাঠ্যপুথিৰ সম্বন্ধে শিক্ষাৰ্থীক কিছু প্ৰশ্ন কৰিলে ফাৰ্ষ্ট লেডী মেলানীয়া টাম্পে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in