দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭জনলৈ বৃদ্ধি…

দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭জনলৈ বৃদ্ধি…
  • দিল্লীৰ এটা মেট্র' ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড
  • এটা ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড
  • অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭গৰাকীলৈ বৃদ্ধি
  • ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী মনীষ লাকৰা পলাতক
  • এই ভয়ংকৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
  • প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা
  • ঘটনাত আহত সকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in