শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

দিল্লীৰ বিধ্বংসী অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭জনলৈ বৃদ্ধি…

  • দিল্লীৰ এটা মেট্র’ ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড
  • এটা ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড
  • অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭গৰাকীলৈ বৃদ্ধি
  • ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী মনীষ লাকৰা পলাতক
  • এই ভয়ংকৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
  • প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা
  • ঘটনাত আহত সকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য