সংসদ ভৱনৰ সমীপত অগ্নিকাণ্ড…

সংসদ ভৱনৰ সমীপত অগ্নিকাণ্ড…
  • দিল্লীৰ সংসদ ভৱনৰ সমীপত থকা এছ বি আইৰ কাৰ্যালয়ত অগ্নিকাণ্ড।
  • ৬ নং মহলাত এই অগ্নিকাণ্ড।
  • জুই নিৰ্বাপনৰ বাবে ঘটনাস্থলীত ১০ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
  • চৰ্ট শ্বাকিটৰ ফলত এই অগ্নিকাণ্ড সুত্ৰপাত হোৱাৰ সন্দেহ।
  • দিল্লীৰ ধাৰাসাৰ বৰষুণৰ বাবে জুইয়ে নললে বৃহৎ ৰূপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in