দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড
  • বৃহস্পতিবাৰে পুৱা দিল্লীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
  • দিল্লীৰ বাৱানা ইণ্ডাষ্ট্ৰিয়েল এলেকাত সংঘটিত হয় অগ্নিকাণ্ড।
  • এটা ফেক্টৰীত জুইৰ সূত্ৰপাত হয়।
  • ২২খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত।
  • কোনো লোকৰ হতাহতিৰ খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in