দিল্লীত বিধ্বংসী অগ্নিকাণ্ড…

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড…
  • দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।
  • মুণ্ডকা অঞ্চলৰ এটা গুদামত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও লক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি।
  • ঘটনাস্থলীত ২১ খন অগ্নি নিৰ্বাপকৰ বাহন মজুত।
  • বৰ্তমানৰ লৈকে সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in