নিজ ঘৰতে ৫৩ বছৰীয়া ফেশ্বন ডিজাইনাৰক হত্যা দুৰ্বৃত্তৰ

নিজ ঘৰতে ৫৩ বছৰীয়া ফেশ্বন ডিজাইনাৰক হত্যা দুৰ্বৃত্তৰ
  • দিল্লীৰ বসন্তকুঞ্জত বুধবাৰে নিশা সংঘটিত হয় দুটাকৈ নৃশংস হত্যাকাণ্ড।
  • নিজ ঘৰতে হত্যা মায়া লাখানী নামৰ এগৰাকী ৫৩ বছৰীয়া ফেশ্বন ডিজাইনাৰক।
  • ফেশ্বন ডিজাইনাৰগৰাকীৰ ঘৰত কাম কৰা আন এজনকো হত্যা কৰে দুৰ্বৃত্তই।
  • ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে তিনিজন ব্যক্তিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in