দিল্লীত বিধ্বংসী অগ্নিকাণ্ড

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড
  • দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।
  • কীৰ্তি নগৰৰ এখন ফাৰ্নিচাৰ মাৰ্কেটত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খন গাড়ীতে জুই নুমুৱাৰ চেষ্টা।
  • বৰ্তমানেও নিৰ্বাপন হোৱা নাই জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in