দিল্লীত বিধ্বংসী অগ্নিকাণ্ড…

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড…
  • সোমবাৰে নিশা দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।
  • নেতাজী সুভাষ পেলেচত এই অগ্নিকাণ্ড।
  • নিশা প্ৰায় ১২.২০ মিনিটত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ২২ খন অগ্ননিৰ্বাহক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই।
  • কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায় জুইত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in