দিল্লী বিধানসভা নিৰ্বাচনঃ ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব নোৱাৰিব বিজেপি প্ৰাৰ্থী কপিল শৰ্মাই

দিল্লী বিধানসভা নিৰ্বাচনঃ ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব নোৱাৰিব বিজেপি প্ৰাৰ্থী কপিল শৰ্মাই
  • দিল্লীৰ বিধানসভা নিৰ্বাচন ২০২০ত বিজেপিৰ প্ৰাৰ্থী কপিল মিশ্ৰাই ল'ব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰত অংশ।
  • আগন্তুক ৪৮ ঘণ্টাৰ বাবে কোনো নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকিব নোৱাৰিব প্ৰাৰ্থীগৰাকীয়ে।
  • নিৰ্বাচনী আয়োগে শনিবাৰে দিয়ে এই নিৰ্দেশ।
  • কপিল মিশ্ৰাই শেহতীয়াকৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে নিৰ্বাচনী আয়োগে।
  • দিল্লীৰ ম'টেল টাউন সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শৰ্মাই।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে কপিল মিশ্ৰাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছিল এজাহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in