দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া কোভিড পজিটিভ…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া কোভিড পজিটিভ…
  • দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়া কোৰোনাত আক্ৰান্ত।
  • সোমবাৰে তেওঁৰ কোভিড টেষ্টত কোৰোনাৰ উপস্থিতি দৰা পৰে।
  • টুইটাৰযোগে এই কথা খোদ দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
  • তেওঁ টুইটাৰযোগে জনাই যে, দেওবাৰৰ নিশাৰ পৰাই তেওঁৰ জ্বৰ হৈছিল।
  • তাৰপাছত সোমবাৰে কোভিড টেষ্টত পজিটিভ ধৰা পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in