শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাঃ অভিযুক্ত দীপ সিন্ধুক জামিন প্ৰদান ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ গণৰাজ্য দিৱসত লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত গ্ৰেপ্তাৰ কৰা দীপ সিন্ধুক শনিবাৰে ন্যায়ালকে জামিন প্ৰদান কৰে। লগতে ৩০ হাজাৰ টকা জৰিমনা বিহা হৈছে। শুনানি গ্ৰহণৰ সময়ত সিন্ধুৰ অধিবক্তাই ন্যায়ালয়ত কয় যে, কেৱল প্ৰতিবাদ উপস্থিত থকাৰ বাবেই তেওঁক দোষী বুলি প্ৰমাণ কৰিব নোৱাৰি।

ইফালে, দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছিল যে, দীপ সিন্ধুৱে হিংসাত্মক ঘটনা সংঘটিত কৰা আৰু ত্ৰিৰংগাক অপমান কৰাৰ উদ্দেশ্যৰেই প্ৰতিবাদত অংশ লৈছিল। বেআইনীভাৱে সকলোকে একত্ৰিত কৰাত সিন্ধুৰ আছে মুখ্য ভূমিকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি