লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাঃ অভিযুক্ত দীপ সিন্ধুক জামিন প্ৰদান ন্যায়ালয়ৰ…

লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাঃ অভিযুক্ত দীপ সিন্ধুক জামিন প্ৰদান ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ গণৰাজ্য দিৱসত লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত গ্ৰেপ্তাৰ কৰা দীপ সিন্ধুক শনিবাৰে ন্যায়ালকে জামিন প্ৰদান কৰে। লগতে ৩০ হাজাৰ টকা জৰিমনা বিহা হৈছে। শুনানি গ্ৰহণৰ সময়ত সিন্ধুৰ অধিবক্তাই ন্যায়ালয়ত কয় যে, কেৱল প্ৰতিবাদ উপস্থিত থকাৰ বাবেই তেওঁক দোষী বুলি প্ৰমাণ কৰিব নোৱাৰি।

ইফালে, দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছিল যে, দীপ সিন্ধুৱে হিংসাত্মক ঘটনা সংঘটিত কৰা আৰু ত্ৰিৰংগাক অপমান কৰাৰ উদ্দেশ্যৰেই প্ৰতিবাদত অংশ লৈছিল। বেআইনীভাৱে সকলোকে একত্ৰিত কৰাত সিন্ধুৰ আছে মুখ্য ভূমিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in